জনমজনম ল
জনম যুগীয়া (Assamese) [ Roman: jo.nom ju.giya]
Contributed by: Anjali Sonowal on 2011-02-18
English: lifelong,
Assamese: আজীৱন, ওৰে জীৱন, ওৰেটো জীৱন, গোটেই জীৱন, চিৰজীৱন, জনম যুগীয়া, জনমভৰ, জীৱনজোৰা, জীৱনব্যাপী, জীৱনভৰ, যাৱজ্জীৱন,
Bodo: थैस`थांस`,
Dimasa: hang dongdusi, thiyasi
জনম যুগীয়া (Assamese) [ Roman: jo.nom ju.giya]
Contributed by: Anjali Sonowal on 2011-02-18
1. (Adjective Adj.) lasting or existing all through somebody's life; lasting a lifetime কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷